This browser does not support the video element.
সোণাৰি: চৰাইদেউৰ বৰহাটত জেচিবিৰে খান্দি থোৱা এটা দ পুখুৰীত জাপ দি আত্মহত্যা এগৰাকী মহিলাৰ, অঞ্চলটোত চাঞ্চল্য
Sonari, Charaideo | Sep 5, 2025
চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নাৰায়ণপথাৰত সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা। এগৰাকী মহিলাই কৰিলে আত্মহত্যা। দ পুখুৰীৰ পানীত জাপ দি আত্মহনন কৰে মহিলা গৰাকীয়ে। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নাৰায়ণপথাৰৰ নিবাসী মহেন্দ্ৰ চাহুৰ প্ৰায় ২৭ বছৰীয়া পত্নী অনিমা চাহু নামৰ মহিলা গৰাকীয়ে আত্মহনন কৰা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰত কোনো নথকা অৱস্থাত মহিলা গৰাকীয়ে একেতা অঞ্চলত জেচিবিৰে খান্দি থোৱা এটা দ পুখুৰীত জাপ দিয়ে। ইফালে পত্নী