This browser does not support the video element.
লংকা: লংকা ৰেল ষ্টেচনত ৰে'লৰ চেপাত মৃত্যু এজনৰ
Lanka, Hojai | Aug 25, 2025
লংকা ৰেল ষ্টেচনত ৰেলৰ চেপাত মৃত্যু এজন। মৃত লোকজন লংকাৰ ২নং শ্যামৱাৰীৰ গোলাপ হুছেইন।চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাৱলৈ লংকা ৰেলষ্টেচনত বিজি এক্সপ্ৰেছ ৰেলত উঠোতেই ৰেলৰ পৰা পিচলি পৰি ৰেলৰ চেপাত মৃত্যু হয় লোকজনৰ। বাতৰি সংগ্রহ কৰা সময়লৈকে মৃতদেহটো লংকা ৰেলষ্টেচনত ৰাখি ঘটনা সন্দৰ্ভত লংকা ৰেল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।সোমৱাৰে দুপৰীয়া ২:৪৫ মান বজাত লংকাত মন্তব্য মৃত গোলাপ হুছেইনৰ সমন্ধীয়ৰ।