Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: হাগ্ৰামা মহিলাৰীই ২২ কৌটি টকাৰ মাটি বিক্ৰীৰে নিৰ্বাচন খেলিবলৈ ওলোৱা বুলি কোৱাক চহৰত প্ৰতিক্ৰিয়া ৰাজু কুমাৰ নাৰ্জাৰীৰ

Kokrajhar Part, Kokrajhar | Aug 30, 2025
হাগ্ৰামা মহিলাৰীই ২২ কৌটি টকাৰ মাটি বিক্ৰী কৰি নিৰ্বাচন খেলিবলৈ ওলোৱা বুলি কোৱাক কঠোৰ ভাৱে সমালোচনা ইউ পি পি এল দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীই। শনিবাৰে কোকৰাঝাৰ চহৰত সাংবাদিকতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈ যে গুৱাহাটীত ৪ বিঘা মাটি বিক্ৰী কৰা কথা তো দূৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰি এই সন্দৰ্ভত সৰ্যমিন তদন্ত ৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ইয়া দুৰ্নীতি ৰ উদাহৰণ কৈ দলৰ পৰা এক পৰ্যবেক্ষণ ৰ কথা প্ৰকাশ কৰে।
Read More News
T & CPrivacy PolicyContact Us