This browser does not support the video element.
বিশ্বনাথ: বিহালীত ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ সভা সম্পন্ন
Biswanath, Biswanath | Sep 11, 2025
বিহালীত ভূমি অধিকাৰ সুৰক্ষা সমিতিয়ে বৰগাঁও চাহ বাগিচাত খেলপথাৰত এখন জনসভা অনুষ্ঠিত হয়। এই সভাত ভূমি অধিকাৰ অধিকাৰ সম্পৰ্কে আলোচনা কৰা হয় । বসুন্ধৰা নামত বিজেপি চৰকাৰে কৃষক ৰাইজৰ মাটি অধিকাৰৰ পৰা প্ৰতাৰণা কৰা বন্ধ কৰিব লাগে। প্ৰকৃত কৃষক মাটি অধিকাৰ প্ৰদান কৰক । ভুমি অধিকাৰ আজম্ন অধিকাৰ। গতিকে চৰকাৰে এই বিষয় সমূহত সমূহত গুৰুত্ব প্ৰদান কৰিব লাগে । অমানৱীয় উচ্ছেদৰ জৰিয়তে ৰাইজৰ মাজত ৰাজনীতি কৰা বন্ধ কৰিব লাগে বুলি আলোচনা কৰে।