This browser does not support the video element.
হোজাই: মন্ত্রী অশোক সিংঘালৰ অপমানজনক মন্তব্য বিৰুদ্ধে জিলা সদৰত হোজাই জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
Hojai, Hojai | Aug 30, 2025
মন্ত্রী অশোক সিংঘালৰ অপমানজনক মন্তব্য আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক কৰা অপমানৰ বিৰুদ্ধে জিলা সদৰত হোজাই জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আৰু হোজাই জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এই প্ৰতিবাদ।উক্ত প্ৰতিবাদৰ অন্তত: জিলা কংগ্ৰেছে ৰাজ্যৰ ৰাজ্যপাললৈ এক স্মাৰক পত্ৰও কৰে প্ৰেৰণ।প্ৰাক্তন লামডিং সমষ্টিৰ বিধায়ক স্বপন ক'ৰ সহ জিলা কংগ্ৰেছৰ নেতা কৰ্মী সকল উপস্থিত থাকে উক্ত প্ৰতিবাদত।