This browser does not support the video element.
গুৱাহাটী: যোৰাবাটত বশিষ্ঠ আৰক্ষী আৰু যোৰাবাট আৰক্ষীৰ বিশেষ অভিযান, গ্ৰেপ্তাৰ হ'ল তিনিটা কুখ্যাত চাইবাৰ অপৰাধী
Guwahati, Kamrup Metropolitan | Sep 11, 2025
বৃহস্পতিবাৰে বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যোৰাবাটত বিশেষ অভিযান। গ্ৰেপ্তাৰ তিনিটা কুখ্যাত চাইবাৰ অপৰাধী।ধৃত প্ৰৱঞ্চককেইজনে বেংক মেনেজাৰৰ নাম লৈ ফোন কৰি সাধাৰণ লোকক বেংক একাউণ্ট বন্ধ হ'ব বুলি কৈ নিৰ্দিষ্ট একাউণ্টত ধন জমা কৰিবলৈ কোৱাৰ পিচত জমা ধন কৌশলেৰে নিজে উলিয়াই লৈ চলাই গৈছিল চাইবাৰ ক্ৰাইম।