Download Now Banner

This browser does not support the video element.

খুমটাই: খকন্দগুৰিত ৰাইজে শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত গাঁৱলৈ যোৱা পথটিৰ নাম দিলে 'জুবিন পথ',উদ্বোধন কৰিলে বিধায়ক মৃণাল শইকীয়াই

Khumtai, Golaghat | Oct 5, 2025
খকন্দগুৰিত ৰাইজে শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত গাঁৱলৈ যোৱা পথটিৰ নাম দিলে 'জুবিন পথ'। দেওবাৰে দিনৰ প্ৰায় ৩ বজাত পথটোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিধায়ক মৃণাল শইকীয়াই। উপস্থিত থাকে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, আছুৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামী। মানুহ ভালপোৱা জুবিন গাৰ্গৰ প্ৰতি খকন্দগুৰি গাঁৱৰ ৰাইজে লোৱা অনুপম কাৰ্যসূচীৰ শলাগ লয় বিধায়ক শইকীয়াই। ইফালে প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত পথৰ দুয়োকাষে ৰোপণ কৰা হৈছে নাহৰৰ পুলি।
Read More News
T & CPrivacy PolicyContact Us