This browser does not support the video element.
বিশ্বনাথ: মুখ্যমন্ত্ৰীৰ বন্দুকৰ লাইচেঞ্চ দিয়াৰ বিৰুদ্ধিতাৰে বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়া আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ
Biswanath, Biswanath | Sep 13, 2025
কুমলীয়াত আজি সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইচেঞ্চ দিয়াৰ বিৰুদ্ধিতা প্ৰতিবাদ স্বৰূপে ছাত্ৰছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাৱৰ বাবে সজাগতা আনিবৰ বাবে কলম বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইচেঞ্চ দিয়াৰ হঠকাৰী সিদ্ধান্ত প্ৰতিবাদত কুমলীয়াত আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কুদ্দুশ আলি চৰকাৰে কয় যে বন্দুকৰ ঝনঝননি বিচাৰা নাই অসমৰ উন্নতি বিচাৰি ছাত্ৰছাত্ৰীক কলম বিতৰণ কৰা হৈছে।