This browser does not support the video element.
গোলাঘাট: গোলাঘাটত জিলা প্ৰশাসন আৰু জিলা দলীয় বিষয়ববীয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত মন্ত্ৰী অজন্তা নেওগৰ
Golaghat, Golaghat | Sep 11, 2025
গোলাঘাটত জিলা প্ৰশাসন আৰু জিলা দলীয় বিষয়ববীয়াৰে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৬ বজাত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী অজন্তা নেওগ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক গোলাঘাট ভ্ৰমণ কাৰ্যসূচীৰ প্ৰস্তুতিৰ অংশৰূপে আজি গোলাঘাট জিলা প্ৰশাসন আৰু দলীয় জিলা বিষয়ববীয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী। এই আলোচনাত সতীৰ্থ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা,ৰামেশ্বৰ তেলী, বিধায়ক বিশ্বজিৎ ফুকন,জিলা বিজেপিৰ সভাপতি, জিলা আয়ুক্ত আদি উপস্থিত থাকে।