চিচি টঙানী সোণালী জয়ন্তী বৰ্ষ দুৰ্গা পূজা উদযাপন, উপস্থিত MAC EM বুধ বাৰে আবেলি ৫ বজাত চিচি টঙানী মহা নৱমী পূজা অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত অঞ্চল টোৰ হাজাৰ হাজাৰ ৰাইজে মা দুৰ্গা দেৱীৰ আশীৰ্বাদ বিচাৰি সেয়া গ্ৰহণ কৰি পৰিয়ালৰ লগতে নিজা মংগল কামনা কৰি মা দুৰ্গা শ্ৰী চৰণত সেৱা গ্ৰহণ কৰে। লগতে অঞ্চল টোৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। আজি উক