Download Now Banner

This browser does not support the video element.

গোলাঘাট: গোলাঘাট চিভিল হস্পিতালত সাপে খোটা ৰোগীক ডাক্তৰে কুকুৰে কামোৰা বেজী প্ৰেছক্ৰাইব কৰাকলৈ উত্তপ্ত পৰিস্থিতি

Golaghat, Golaghat | Aug 30, 2025
গোলাঘাট চিভিল হস্পিতালত সাপে খোটা ৰোগীক ডাক্তৰে কুকুৰে কামোৰা বেজী প্ৰেছক্ৰাইব কৰাকলৈ শনিবাৰে সন্ধ্যা প্ৰায় ৭ মান বজাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। সাপে খোটা ৰোগীক ডাক্তৰে প্ৰেছক্ৰাইব কৰিলে কুকুৰে কামোৰা বেজী। ডাক্তৰক দেখুৱাই নাৰ্চৰ ওচৰত বেজী ল'বলৈ গৈ চকু কপালত উঠিল ৰোগী তথা পৰিয়ালৰ। ইয়াৰ পাছতে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় হাহাকাৰ পৰিবেশৰ। হস্পিতালখনৰ ডাক্তৰৰ এনে কৰ্মকাণ্ডই এতিয়া হতচকিত কৰিছে গোলাঘাটবাসীক।
Read More News
T & CPrivacy PolicyContact Us