Download Now Banner

This browser does not support the video element.

তেজপুৰ: শোণিতপুৰ জিলাৰ তেজপুৰ বিশ্ববিদ্যালয়ত উদ্‌যাপন কৰা হয় ৬৪ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ শিক্ষক দিৱস

Tezpur, Sonitpur | Sep 5, 2025
শোণিতপুৰ জিলাৰ তেজপুৰ বিশ্ববিদ্যালয়ত উদ্‌যাপন কৰা হয় ৬৪ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ শিক্ষক দিৱস । উক্ত শিক্ষক দিৱসৰ অনুষ্ঠানত শুক্ৰবাৰে দিনৰ অনুমানিক ১২ বজাত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল ৷ আজি এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পোৱা গল তেজপুৰ বিশ্ববিদ্যালয়ত ৷ আজিৰ উক্ত শিক্ষক দিৱসৰ অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us