Download Now Banner

This browser does not support the video element.

আমগুৰি: চুতীয়া বস্তি তিনি আলিত সংঘটিত হল এক পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই আহত হল দুই মটৰ চাইকেল আৰোহী

Amguri, Sivasagar | Sep 4, 2025
চুতীয়া বস্তি তিনি আলিত বুধবাৰে সন্ধিয়া সংঘটিত হল এক পথ দুৰ্ঘটনা,মটৰ চাইকেলত নিয়ন্ত্ৰণ হেৰুৱাই আহত হল দুই মটৰ চাইকেল আৰোহী।বৰছিলাৰ পৰা হালোৱাটিং অভিমুখে গৈ থকা অৱস্থাত চুতীয়া বস্তি তিনি আলিত বুধবাৰে সন্ধিয়া এখন পালচাৰ মটৰ চাইকেলেৰে দুজন যুৱক আহি থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই আহত হল দুই যুৱক।স্থানীয় ৰাইজে দুইজন যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us