Download Now Banner

This browser does not support the video element.

সোণাৰি: নাফুক গুজিবিলত বিষাক্ত সাপ উদ্ধাৰ, পাঁচটা কুকুৰা দংশন কৰা মনকল কবৰা সাপডাল উদ্ধাৰ

Sonari, Charaideo | Sep 11, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ নাফুক গুজিবিলত এটা বিষাক্ত সাপ উদ্ধাৰ। নাফুক গুজিবিলৰ এজন লোকৰ ঘৰত নিশা উদ্ধাৰ হয় সাপডাল। সাপডাল অতি বিষাক্ত চকৰী ফেঁটী সাপ। কেইবাদিন ধৰি ঘৰখনত আতংকৰ সৃষ্টি কৰি আহিছিল সাপডালে। এই বিষাক্ত সাপডালে লোকজনৰ ঘৰৰ পাঁচটাকৈ কুকুৰা দংশন কৰি মাৰি পেলাই। নিশা সাপডাল ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত ঘৰখনৰ লোকৰ মাজত আতংকই বিৰাজ কৰে। লগে লগে সোণাৰিৰ প্ৰকৃতি প্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱাক সাপডাল ঘৰত প্ৰৱেশ কৰাৰ বিষয়ে খবৰটো দিয়াত প্ৰকৃতি প্ৰেমজন নাফুক গুজিবিলৰ লোকজনৰ ঘৰত
Read More News
T & CPrivacy PolicyContact Us