Download Now Banner

This browser does not support the video element.

গুৱাহাটী: জালুকবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া দোকানসমূহত প্ৰশাসনৰ উচ্ছেদ অভিযান,উপস্থিত গুৱাহাটী ৰাজহচক্ৰ বিষয়া ৰাজা বৈশ্য

Guwahati, Kamrup Metropolitan | Aug 7, 2025
বৃহস্পতিবাৰে মহানগৰীৰ জালুকবাৰীত আৰক্ষী-প্ৰশাসনৰ উচ্ছেদ অভিযান। জালুকবাৰীৰ‌‌ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া দোকানসমূহত চলিছে উচ্ছেদ। গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰাজা বৈশ্যৰ নেতৃত্বত পৰিদৰ্শন জালুকবাৰীৰ উচ্ছেদিত দাঁতি-কাষৰীয়া অঞ্চল সমূহ।
Read More News
T & CPrivacy PolicyContact Us