Download Now Banner

This browser does not support the video element.

সোৱণশিৰি ভাগ: ঘিলামৰাত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন,এহেজাৰ বিহুৱতীয়ে পৰিৱেশন কৰিলে বিহুনাচ,উপস্থিত থাকে মন্ত্ৰী বিমল বৰা

Subansiri Part, Lakhimpur | Apr 19, 2025
ঘিলামৰাৰ চেক চেকী চাপৰিত আজিৰে পৰা আৰম্ভ হৈছে ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰম্ভ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা শনিবাৰে প্ৰথমদিনা পুৱা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হয়।ইয়াৰ পিছতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ১০০০ গৰাকী বিহুৱতীয়ে বিহুনাচ পৰিৱেশন উদ্ধোধন কৰে। উদ্ধোধন কৰাৰ পিছতে এহাজাৰ বিহুৱতীয়ে একেলগে বিহুনাচ পৰিৱেশন কৰে।ঢোল পেপা,গগণা আৰু বিহুৱতীৰ নাচনীৰ চেওত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে।
Read More News
T & CPrivacy PolicyContact Us