Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: বশিষ্ঠ আৰক্ষীয়ে খানাপাৰা আইএছবিটিৰ পৰা উদ্ধাৰ কৰে ৬ জনকৈ ড্ৰাগছ আসক্তক,গুৱাহাটীত ডিচিপি মৃণাল ডেকাৰ মন্তব্য
Guwahati, Kamrup Metropolitan | Aug 23, 2025
বশিষ্ঠ আৰক্ষীয়ে খানাপাৰা আইএছবিটিৰ পৰা উদ্ধাৰ কৰে ৬ জনকৈ ড্ৰাগছ আসক্তক। শনিবাৰে গুৱাহাটীত ডিচিপি মৃণাল ডেকাৰ মন্তব্য। ৬ জনকে নিচা মুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।ড্ৰাগছ ব্যৱসায়ী পুটু চাংমা ওৰফে পুটু ছেত্ৰীক মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!