Download Now Banner

This browser does not support the video element.

নাজিৰা: গেলেকী মুদি নগৰ চাহ বাগিচাৰ বাগিচাৰ ১ নং লাইনত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা

Nazira, Sivasagar | Sep 4, 2025
গেলেকী মুদি নগৰ চাহ বাগিচাত বৃহস্পতিবাৰে এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । গেলেকীৰ মুদি নগৰ চাহ বাগিচাৰ ১ নং লাইনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।ডিম্বেশ্বৰ নায়ক নামৰ এজন লোকৰ বাসগৃহত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । দিনৰ প্ৰায় ১১ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।অগ্নিকাণ্ডৰ ফলত ডিম্বেশ্বৰ নায়ক নামৰ লোকজনৰ ঘৰৰ ভিতৰৰ সকলো সামগ্ৰী জুইত জাহ যায় । পৰৱৰ্তী সময়ত ঘটনা স্থলীত অ',এন,জি,চিৰ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নিনিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।
Read More News
T & CPrivacy PolicyContact Us