Install App
shivbhakti
This browser does not support the video element.
বকো: ধূপধৰাত এস্কেভেটৰেৰে খান্দিলে ৰাজপথ,প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি ৰাইজৰ প্ৰতিবাদ, পথ মুকলি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত
Boko, Kamrup | Sep 24, 2025
বুধবাৰে ধূপধৰাত এস্কেভেটৰেৰে খান্দিলে ৰাজপথ। প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি ৰাইজৰ প্ৰতিবাদ সাব্যস্ত। পথ মুকলি কৰাৰ দাবীত ৰাইজৰ প্ৰতিবাদ। ধুপধৰা থানাৰ অন্তৰ্গত চাপলাই ২ নং খণ্ডৰ ধানবাৰী গাঁৱৰ মূগা চোমনিৰ মাজেৰে ধানবাৰী আৰু বৰটাৰী লৈ যোৱা পথ বন্ধ কৰাক লৈ ৰাইজৰ প্ৰতিবাদ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!