Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰাস্থিত বিধায়ক সেৱা কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ ঢেকিয়াজুলি মণ্ডল অনুসুচীত জনজাতি মৰ্চাৰ সভা
Dhekiajuli Part, Sonitpur | Sep 7, 2025
ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰাস্থিত বিধায়ক সেৱা কেন্দ্ৰত দেওবাৰে দিনৰ অনুমানিক ১২ বজাত ভাৰতীয় জনতা পাৰ্টীৰ ঢেকিয়াজুলি মণ্ডল অনুসূচীত জনজাতি মৰ্চাৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডল সভাপতি কাজু দ্বীপৰ উপস্থিতিত আজি উক্ত সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ আজিৰ সাংগঠনিক সভাত দলৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। ভাৰতীয় জনতা পাৰ্টিৰ অনুসুচীত জনজাতি মৰ্চাৰ আজিৰ উক্ত সাংগঠনিক সভাত দলৰ স্বাৰ্থত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!