Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: কুমলীয়াত চিপ লৈ আত্মহত্যা এগৰাকী মহিলাৰ, আৰক্ষী আৰু দণ্ডাধীশৰ তদন্ত আৰম্ভ

Biswanath, Biswanath | Sep 13, 2025
বিশ্বনাথৰ ৩ নং কুমালীয়াত মহিলা এগৰাকী চিপ লৈ আত্মহত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং কুমলীয়াত এই ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ আৰক্ষীৰ দল আৰু দণ্ডাধীশ সেই স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখি প্ৰাথমিক তদন্তৰ অব্যাহত ৰাখি মৃতদেহটো আনুষ্ঠানিকভাৱে পৰীক্ষা কৰি ইতিমধ্যে মৃতদেহটো সদৰ থানাৰ মৰ্গত ৰখা হৈছে।
Read More News
T & CPrivacy PolicyContact Us