This browser does not support the video element.
সৰুপথাৰ: নাওজানৰ বেতনিপথাৰ গাঁৱত অসম আন্দোলনৰ অগ্ৰণী নেতা ভূধৰ শইকীয়াৰ আদ্যশ্ৰাদ্ধত উপস্থিত বিধায়ক বিশ্বজিত ফুকন
Sarupathar, Golaghat | Oct 4, 2025
নাওজানৰ বেতনিপথাৰ গাঁৱত অসম আন্দোলনৰ অগ্ৰণী নেতা ভূধৰ শইকীয়াৰ আদ্যশ্ৰাদ্ধত শনিবাৰে নিশা প্ৰায় ৮ বজাত উপস্থিত বিধায়ক বিশ্বজিত ফুকন। নাওজানৰ বেতনিপথাৰ গাঁৱৰ নিবাসী বিশিষ্ট সমাজসেৱক, অসম আন্দোলনৰ অগ্ৰণী নেতা ভূধৰ শইকীয়াৰ আজি আদ্যশ্ৰাদ্ধ। আদ্যশ্ৰাদ্ধত উপস্থিত হৈ স্থানীয় বিধায়ক বিশ্বজিত ফুকনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে।