Download Now Banner

This browser does not support the video element.

সোণাৰি: টিয়কঘাট তিনিআলিত ভয়ংকৰ দুৰ্ঘটনা, চাৰিচকীয়া বাহনে মহতিয়ালে এজন বাইক আৰোহীক, আহতক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ

Sonari, Charaideo | Oct 5, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ টিয়কঘাট তিনিআলিত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত হয় এজন বাইক আৰোহী। গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত যুৱক জনক ততাতৈয়াকৈ সোণাৰি পি বি নাৰ্ছিংলৈ প্ৰেৰণ। ঘটনা অনুসৰি চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত টিয়কঘাট তিনিআলিত আজি বিয়লি এক ভয়াবহ দূৰ্ঘটনা সংঘটিত হয়। এখন AS06 AK 5091 নম্বৰৰ নেক্সাৰ গ্ৰেণ্ড ভিতৰা বাহন সোণাৰি দিশৰ পৰা নামৰূপ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন AS33 B4346 নম্বৰৰ বাইকত প্ৰচণ্ড
Read More News
T & CPrivacy PolicyContact Us