Download Now Banner

This browser does not support the video element.

ডিফু: লাহৰিজানত ওমেন জাষ্টিছ ফৰামৰ ১৭ জনীয়া মহিলা সমিতি গঠন

Diphu, East Karbi Anglong | Sep 4, 2025
বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী থানাৰ লাহৰিজান বাগানত আজি বৃহস্পতিবাৰে আবেলি ৪ বজাত ওমেন জাষ্টিছ ফৰামৰ উদ্যোগত ১৭ জনীয়া মহিলা সমিতি গঠন কৰা হয়। কেন্দ্ৰীয় সম্পাদিকা মিষ্টি সুৰৰ নেতৃত্বত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে মিলন তাতীতে সভানেত্ৰী বেবি তাতী আৰু সম্পাদিকা পদৰ দায়িত্ব লয় ফুলমতী ছেত্ৰীয়ে। সভাত ভাষণ দি মিষ্টি সুৰে উল্লেখ কৰে যে, নাৰী সকলে শান্তি-প্ৰিয় সমাজ গঠনলৈ আগবাঢ়ি অহাৰ লগতে বাল্য বিবাহ ৰোধ, শিশু শ্রম নিষিদ্ধকৰণ আৰু শিক্ষাৰ পোহৰ প্ৰসাৰণত মুখ্য ভুমিকা গ্ৰহণ কৰি
Read More News
T & CPrivacy PolicyContact Us