Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: পথৰ মাজত গৰু ছাগলী এৰাল দিয়া বন্ধ কৰা আৰু পথৰ দাতীত খেৰৰ মেজি স্থাপন কৰা বন্ধ কৰাৰ দাতীত ২ নং বছাশিমলুত প্ৰতিবাদ

Dhekiajuli Part, Sonitpur | Sep 8, 2025
পথৰ মাজত গৰু ছাগলী এৰাল দিয়া বন্ধ কৰা আৰু পথৰ দাতীত খেৰৰ মেজি স্থাপন কৰা বন্ধ কৰাৰ দাবীত সোমবাৰে দিনৰ ১১ বজাত ২ নং বছাশিমলু গাঁৱত মুছলিম ছাত্ৰ সন্থাৰ সহযোগত স্থানীয় সচেতন ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে বৰছলা আৰক্ষী চকী এলেকাৰ ২ নং বছাশিমলু গাঁৱৰ পৰা চিতলমাৰী হৈ ঢেকীয়াজুলি যোৱা পথত একাংশ লোকে গৰু ছাগলী এৰাল দিয়াত পথচাৰীৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে ৷ আনকি বহুতো লোক এৰাল দিয়া গৰু ছাগলীৰ ৰছিত লাগি দুৰ্ঘটনাত পতিত হোৱাত আঘাতপ্ৰাপ্ত হৈছে ৷
Read More News
T & CPrivacy PolicyContact Us