Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: ব্ৰহ্মপুত্ৰ চাপৰি আৰু নিজ বাঘমাৰী চেণ্টাৰ সংযোগী পথৰ লগতে জৰাজীৰ্ণ দলঙৰ বাবে জীয়াতু ভুগিছে শ শ পথচাৰীয়ে #jansamasya

Biswanath, Biswanath | Aug 11, 2025
বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত জৰাবাৰী আৰু মোনাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ চাপৰি আৰু নিজ বাঘমাৰী চেন্টাৰ সংযোগী পথৰ লগতে লোহাৰ দলং অতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে । এই বৃহৎ অঞ্চলৰ প্ৰায় ১০ হাজাৰ বসতি পুৰ্ণ এই জৰাজীৰ্ণ পথৰ লগতে লোহাৰ দলং ৰ পৰা শ-শ পথচাৰী লোকৰ জীয়াতু ভুগি আহিছে। যাতায়াতৰ অহাযোৱা সুবিধাৰ্থে দলংখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী কৰে সচেতন ৰাইজে।
Read More News
T & CPrivacy PolicyContact Us