Install App
nalbarinews
This browser does not support the video element.
ঘগ্ৰাপাৰ ভাগ: নিমুৱাত"মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আচনি"ৰ পৰা বঞ্চিত মহিলাৰ বিক্ষোভ
Ghograpar Part, Nalbari | Aug 21, 2025
নিমুৱাত"মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আচনি"ৰ পৰা বঞ্চিত মহিলাৰ বিক্ষোভ।নলবাৰী জিলাৰ ৩৯ নং নলবাৰী বিধান সভা সমষ্টিৰ ঘগ্রাপাৰৰ ১ নং নিমুৱা লাটিমা ৮ টা আত্মসহায়ক গোটৰ একাংশ মহিলাৰ মহিলা উদ্যমিতা আচনিত নাম নথকাত আজি ৰাজপথলৈ ওলাই আহি এক বিক্ষোভ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!