Download Now Banner

This browser does not support the video element.

গোলাঘাট: সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ, ঘটনাক লৈ গোলাঘাটত সংবাদমেল জিলা আৰক্ষী অধীক্ষকৰ

Golaghat, Golaghat | Sep 1, 2025
সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ। ঘটনাক লৈ সোমবাৰে দিনৰ প্ৰায় ১২ বজাত গোলাঘাটত সংবাদমেল গোলাঘাটৰ জিলা আৰক্ষী অধীক্ষকৰ। উল্লেখ্য যে, বিধায়ক বিশ্বজিত ফুকনে দেৰগাঁৱৰ এটা পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। সমগ্ৰ ঘটনাক লৈ আজি আৰক্ষী অধীক্ষক ৰাজেন সিঙে সংবাদমেল সম্বোধন কৰি কয়, এজাহাৰ লাভ কৰাৰ পিছৰে পৰা অভিযোগকাৰী পৰিয়ালটো নিৰুদ্দেশ হৈ আছে। তেওঁলোকৰ সৈতে যোগাযোগৰ চেষ্টা কৰিও সফল হব পৰা নাছিলো। তেওঁলোক দেৰগাঁৱৰ ঘৰলৈ উভতি অহাৰ আহ্বান।
Read More News
T & CPrivacy PolicyContact Us