Download Now Banner

This browser does not support the video element.

আমগুৰি: সাত নং লাদৈগড় খেলপথাৰৰ কাষতে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰিল জব্দ কৰিল জাপে জাপে নীলা ৰংৰ টিনপাত

Amguri, Sivasagar | Aug 26, 2025
সাত নং লাদৈগড় খেলপথাৰৰ কাষতে সোমবাৰে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰিলে জাপে জাপে নীলা ৰংৰ টিনপাত।আমগুৰিৰ সাত নং লাদৈগড় খেলপথাৰৰ কাষতে নীলা ৰংৰ টিনপাত পৰি থকা অৱস্থাত স্থানীয় গাঁ‌ওৰক্ষী বাহিনীয়ে প্ৰত্যক্ষ কৰি হালোৱাটিং আৰক্ষীক খবৰ দিয়াত আমগুৰি আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক আৰু হালোৱাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এটা আৰক্ষীৰ দল সোমবাৰে নিশা ঘটনাস্থলীত উপস্থিত হৈ জাপে জাপে টিনপাত উদ্ধাৰ কৰে।এই খিনী টিনপাত কোনো দুস্কৃতিকাৰী চক্ৰই উক্ত ঠাইত লুকুৱাই থোৱাৰ সন্দেহ।
Read More News
T & CPrivacy PolicyContact Us