Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: মাজৰৌমাৰী কছাৰী গাঁৱৰ ভূমি বিবাদ সন্দৰ্ভত ভোটপাৰাত মন্ত্ৰী অশোক সিংহলক সাক্ষাৎ বিভিন্ন দল সংগঠনৰ লগতে বড়ো লোকৰ

Dhekiajuli Part, Sonitpur | Sep 3, 2025
ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ মাজৰৌমাৰী কছাৰী গাঁৱত অব্যাহত বড়ো আৰু মুছলমানৰ মাজত ভূমি বিবাদ ৷ সেয়েহে উক্ত ভূমি বিবাদ সন্দৰ্ভত বুধবাৰে পূৱা অনুমানিক ১০ বাজি ৩০ মিনিটত ভোটপাৰাস্থিত ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত উপস্থিত হৈ মন্ত্ৰী অশোক সিংহলক সাক্ষাৎ কৰে কেইবাটাও সংগঠনৰ নেতৃত্বৰ লগতে ভুক্তভোগী বড়ো সম্প্ৰদায়ৰ লোক সকলে ৷ মন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বৰ মন্তব্য ৷
Read More News
T & CPrivacy PolicyContact Us