Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে
Guwahati, Kamrup Metropolitan | Sep 8, 2025
সোমবাৰে জালুকবাৰীস্থিত ভূপেন হাজৰিকাৰ সমাধিত শ্ৰদ্ধাঞ্জলী জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক সংগ দিলে বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাসে।মাধিস্থলত উপস্থিত হৈ গৌৰৱ গগৈৰ মন্তব্য-প্ৰতিগৰাকী ৰাজনীতিকে ভূপেন হাজৰিকাৰ পৰা শিকিবলগা আছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!