This browser does not support the video element.
ধেমাজি: মহৰিকেম্পত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নি নিবাপাক বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে অভিযান
Dhemaji, Dhemaji | Sep 8, 2025
মহৰিকেম্পত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নি নিবাপাক বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে অভিযান সোমবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পৰ দজী নেপালী গাঁৱৰ নিবাসী সূৰ্য বাহাদুৰ বৰদেৱা ঘৰত সংঘটিত হয় অগ্নি কাণ্ড , অগ্নি কাণ্ডত কোনো লোক আহাত হোৱা নাই যদিও অগ্নি কাণ্ডত লাখ টকা মূল্য বয় বস্তু ক্ষয়-ক্ষতি হোৱা সন্দেহ কৰা হৈছে,