This browser does not support the video element.
বিশ্বনাথ: 'মুখ্যমন্ত্ৰীগৰাকীয়ে মাদানীক বুঢ়া আঙুলি দেখুৱাইছে ঠিকেই কৰিছে', বিশ্বনাথত বিধায়ক প্ৰমোদ বৰঠাকুৰৰ মন্তব্য
Biswanath, Biswanath | Aug 25, 2025
জমিয়ত উলেম হিন্দ ৰ মুৰব্বী মাহমুদ মাদানীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি শাসক-বিৰোধীৰ প্ৰতিক্ৰিয়া। মাদানীৰ মন্তব্যক বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও গৰিহণা দি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদানিক বুঢ়া আঙুলি দেখুৱাইছে ঠিকে কৰিছে, তেখেতক অসমৰ মানুহে সম্পুৰ্ণ ৰূপে বিৰোধীতা কৰিব লাগে বুলি মই ভাবিছোঁ। আচলতে অসমত উচ্ছেদ অভিযান বহুত আগতে হব লাগিছিল । এনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।