This browser does not support the video element.
সোণাৰি: সোণাৰিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি ম’ম শিখা সমদল জিলা ছাত্র সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ
Sonari, Charaideo | Sep 26, 2025
চৰাইদেউ জিলাৰ সোণাৰিত সদৌ অসম ছাত্ৰ সন্থাৰ আহবান মৰ্মে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই জিলা সদৰত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা জ্বলাই সমদল কৰে ৷ প্ৰতিবাদকাৰী সকলে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষীপ্ৰতাৰে তদন্ত কৰা, দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা আৰু অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰি দোষীক শাস্তিৰ দাবীত আজিৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷ প্ৰতিবাদকাৰী সকলে হাতে-হাতে ম’ম শিখা লৈ জিলা সদৰ পৰিভ্ৰমণ কৰে ৷ 'শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব নোৱা