Download Now Banner

This browser does not support the video element.

ডিফু: ডিলাইত বিজেপিৰ গণযোগদান কাৰ্যসূচী, কংগ্ৰেছ আৰু এপিএইছএলচি , চিপিআই(এম এল) সহস্ৰাধিক   কৰ্মীৰ বিজেপিত যোগদান

Diphu, East Karbi Anglong | Sep 6, 2025
শণিবাৰে   দিনৰ প্ৰায় দুই  মান বজাত  কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ বৰজান   পৰিষদীয়  সমষ্টিৰ   অন্তৰ্গত  ডিলাইৰ জিৰো পইণ্টত   বিজেপিৰ  বিজেপিৰ বৃহৎ গণযোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে পূৱ কাৰবি আংলং জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিং আৰু বিজেপিৰ শীৰ্ষ নেতা-কৰ্মী সকল ৷ আজি এই যোগদান কাৰ্যসূচীত  সহস্ৰাধিক    কংগ্ৰেছ আৰু APHLC আৰু CPI(ML)  দলৰ কৰ্মীয়ে  বিজেপি দলত যোগদান কৰা বুলি জানিব পৰা গৈছে  ৷
Read More News
T & CPrivacy PolicyContact Us