Download Now Banner

This browser does not support the video element.

ডিফু: লাহৰিজানত গনেশ মন্দিৰত গনেশ চতুৰ্থী পুজা পালন

Diphu, East Karbi Anglong | Aug 27, 2025
বুধবাৰে সন্ধিয়া ৬ মান বজাত  বোকাজান মহকুমাৰ অন্তগৰ্ত খটখটী থানা এলেকা লাহৰিজানত অতি ওলহ মালহৰে গনেশ চতুৰ্থী পুজা শান্তি পুৰ্ন বাবে পালন কৰা হয় । গনেশ দেৱতাক  লাহৰিজানৰ হিন্দু ধৰ্মালম্বী ভক্তপ্ৰাণ  সকলে পুজা অৰ্চনা কৰে ।  শান্তি আৰু প্ৰজ্ঞাৰ দেৱতা বুলি গণ্য কৰা ভগৱান গণেশৰ জন্ম বাৰ্ষিকী উপলক্ষে গণেশ চতুৰ্থী পূজা পালন কৰা পৰিলক্ষিত  হয়। আজিৰ দিনটোত মানুহে তেওঁক পূজা কৰি জ্ঞান, প্ৰজ্ঞা, সমৃদ্ধি আৰু সফলতা কামনা কৰে। ভগৱান গণেশক প্ৰথম আৰু প্ৰধানকৈ পূজা কৰা হয়,
Read More News
T & CPrivacy PolicyContact Us