Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: বঙালমৰাৰ ২নং আহমেদপুৰত ড্ৰাগছ ভৰ্তি তিনিটা কন্টেইনাৰৰ সৈতে এজনক ৰাইজে আটক কৰি গটালে আৰক্ষীক

Bihpuria, Lakhimpur | Sep 10, 2025
অৰুণাচলৰ দুইমুখৰ পৰা ড্ৰাগছ ল'বলৈ লখিমপুৰৰ বঙালমৰালৈ আহিল যুৱক। বঙালমৰাৰ ২নং আহমেদপুৰত মঙ্গলবাৰে নিশা তিনিটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে এটা ছিৰিজৰ সহ হাতে-লোটে ধৰিলে একাংশ লোকে। ধৃত যুৱকজন অৰুণ দাস। পৰবৰ্তী সময়ত ৰাইজে আটক কৰা ড্ৰাগছ সৰববহকাৰী জনক বঙালমৰা আৰক্ষীক ছমজাই দিয়ে ।
Read More News
T & CPrivacy PolicyContact Us