Install App
chhaygoan
This browser does not support the video element.
পলাশবাৰী: পলাশবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত দুৰ্গা পূজাত উপস্থিত বিধায়ক হেমাংগ ঠাকুৰীয়া।
Palasbari, Kamrup | Oct 1, 2025
আজি মহা নৱমীৰ শুভ ক্ষণত পলাশবাৰী সমষ্টিৰ ভিন্ন পূজা থলীত উপস্থিত থাকি মা দুৰ্গাক সেৱা জনাই বিধায়ক হেমাংগ ঠাকুৰীয়াই । মা দুৰ্গাই সমাজৰ পৰা নেতিবাচক শক্তি সমূহক মষিমূৰ কৰি সকলোৰে জীৱন উদ্ভাসিত কৰি তোলক, তাৰেই কামনা বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!