Download Now Banner

This browser does not support the video element.

ওদালগুৰি: জিলা সদৰত স্বাধীনতা দিৱস উপলক্ষে ৰেড ক্ৰছ ছছাইটিৰ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত চৰফ্ৰাজ হকৰ অংশগ্ৰহণ

Udalguri, Udalguri | Aug 15, 2025
ভাৰত বৰ্ষৰ ৭৯ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই বছৰো ভাৰতীয় ৰেড ক্ৰছ ছছাইটি, ওদালগুৰি জিলা শাখাই ওদালগুৰি অসামৰিক চিকিৎসালয়ত ফল-মূল বিতৰণৰ কাৰ্যসূচী পালন কৰে। এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত চৰফ্ৰাজ হকে উপস্থিত থাকি ৰোগী সকলৰ মাজত ফল-মূল বিতৰণৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি কৰে আৰু তেওঁলোকৰ দ্ৰুত আৰোগ্য কামনা কৰে। ইয়াৰ আগতে তেওঁ দিয়া চমু ভাষনত ৰেড ক্ৰছ ছছাইটিৰ এই উদ্যোগক শলাগে আৰু ভৱিষ্যতেও সমাজ কল্যানৰ কামত ৰেড ক্ৰছ ছছাইটি আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ
Read More News
T & CPrivacy PolicyContact Us