This browser does not support the video element.
ডিফু: ডকমকাত কংগ্ৰেছৰ ব্লক পৰ্যায়ৰ সভা সম্পন্ন
Diphu, East Karbi Anglong | Aug 23, 2025
শণিবাৰে বিয়লি প্ৰায় তিনিমান বজাত ছামেলাংচ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ডকমকাত মহামায়া আৰু কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ মণ্জল কংগ্ৰেছ কমিটিৰ কংগ্ৰেছৰ ব্লক পৰ্যায়ৰ সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ৰতন ইংতি ,প্ৰদেশ কংগ্ৰেছৰ নেতা আৰু কাৰ্বি আংলং জিলাৰ প্ৰভাৰী পল্লৱ চেতিয়া উপস্থিত থাকে ৷ উক্ত সভাত কংগ্ৰেছৰ কাৰ্বি আংলঙ জিলাৰ কেইবাগৰাকী শীৰ্ষ নেতা কৰ্মী উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷