This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: খেলমাটিৰ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অসম প্ৰদেশ কংগ্ৰেছৰ ব্যৱস্থাপনা কমিটিৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল
North Lakhimpur, Lakhimpur | Aug 30, 2025
উত্তৰ লখিমপুৰৰ খেলমাটিৰ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল।অসম প্ৰদেশ কংগ্ৰেছ ব্যৱস্থাপনা কমিটিৰ সভাপতি ৰিপুন বৰাই সম্বোধন কৰিছে সংবাদমেল । গৃহমন্ত্ৰী অমিত শ্বাহে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ ।১ লাখ ৫৮ হাজাৰ কোটি টকা ঋণ লৈ অৰুনোদয় দিছে মূখ্যমন্ত্ৰীয়ে ।উচ্ছেদ কৰা অসমৰ মাটি আদানী ,আম্বানী আৰু ৰাম দেৱক দিছে মুখ্যমন্ত্ৰীয়ে ।অনুপ্ৰৱেশ কাৰিকৰীক ভোটাৰ বাবে বিজেপিয়ে অসমত সোমোৱাইছে ।