Install App
ud.news
This browser does not support the video element.
গোলাঘাট: মেৰাপানীত ১১ নগা ভিলেইজ কাউঞ্চিল আৰু অসম সীমান্তৰ গাঁওবুঢ়াৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক, বাতিল ৫০,০০০ টকা জৰিমনাৰ ব্যৱস্থা
Golaghat, Golaghat | Sep 1, 2025
মেৰাপানীত ১১ নগা ভিলেইজ কাউঞ্চিল আৰু অসম সীমান্তৰৰ গাঁওবুঢ়াৰ মাজত সোমবাৰে দিনৰ প্ৰায় ৩ বজাত অনুষ্ঠিত হৈ যায় গুৰুত্বপূৰ্ণ বৈঠক। বাতিল ৫০,০০০ টকা জৰিমনাৰ ব্যৱস্থা। সীমান্তৰ উত্তেজনা প্ৰশমিত কৰাৰ উদ্দেশ্যই আজি অনুষ্ঠিত কৰা হয় বৈঠকখন। বৈঠকত বিশেষকৈ ১১ নগা ভিলেইজ কাউঞ্চিলৰ জাননী সম্পৰ্কত আলোচনা কৰা হয়। আলোচনা মৰ্মে বাতিল কৰা হয় ৫০,০০০ টকা জৰিমনাৰ ব্যৱস্থা। অৱশ্যে ১১ নগা ভিলেইজ কাউঞ্চিলে উঠাই লোৱা নাই পূৰ্বে জাৰি কৰা জাননী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!