Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: UPPL, BPF, GSP দলে অসমৰ বি টীম, ফকিৰাগ্ৰামত নিৰ্বাচন প্ৰচাৰ চলায় মন্তব্য টি এম চিৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ
Kokrajhar Part, Kokrajhar | Sep 12, 2025
UPPL, BPF আৰু GSP দলে অসমৰ বি টীম, ফকিৰাগ্ৰামত নিৰ্বাচন প্ৰচাৰ চলায় শুকুৰবাৰে আবেলি ৪ বজাত মন্তব্য কৰিছে টি এম চিৰ সাংসদ সুস্মিতা দেৱই BTC নিৰ্বাচনৰ প্ৰচাৰৰ অংশস্বৰূপে, তৃণমূল কংগ্ৰেছে আজি ফকিৰাগ্ৰামৰ অজনজাতীয় সমষ্টিত এখন নিৰ্বাচনী সভাৰ আয়োজন কৰে। সভাত দলৰ প্ৰাৰ্থী হাফিজুৰ ৰহমানৰ হৈ প্ৰচাৰ চলায় তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!