This browser does not support the video element.
পশ্চিম যোৰহাট: মৰিয়নিত নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ লগতে চাহ মৰ্চাৰ সভাপতিক জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সম্বৰ্ধনা অনুষ্ঠান
Jorhat West, Jorhat | Aug 3, 2025
চাহ মৰ্চাৰ দায়িত্ব লাভ কৰাৰ পাছত দুলেন নায়কক চাহ জনগোষ্ঠী মৰ্চাৰ, যোৰহাট জিলা সমিতিৰ সম্বৰ্ধনা। মৰিয়নিত ৰাজ্যিক বিজেপিৰ চাহ মৰ্চাৰ নৱনিযুক্ত সভাপতি দুলেন নায়কক উষ্ণ আদৰণি। আজি মৰিয়নি নগৰৰ ড. মনমোহন সিং পেক্ষাগৃহত চাহ জনগোষ্ঠী মৰ্চাৰ, যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু চাহ জনগোষ্ঠী মৰ্চাৰ মণ্ডল সমূহৰ সহযোগত পুনৰ দ্বিতীয় বাৰৰ বাবে চাহ জনগোষ্ঠী মৰ্চাৰ অসম প্ৰদেশ কমিটিৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰা দুলেন নায়কৰ লগতে সদ্য সমাপ্ত ২০২৫ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনত বিজয়ী হো