Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: আইআইটি গুৱাহাটীত পুনৰ আত্মহননৰ ঘটনা,বায়' চাইন্স এণ্ড বায়' ইঞ্জিনিয়াৰিঙৰ কৰ্মচাৰী দীপাংকৰ বৰ্মনৰ আত্মহনন

North Guwahati Part, Kamrup | Sep 7, 2025
দেওবাৰে আইআইটি গুৱাহাটীত পুনৰ আত্মহননৰ ঘটনা। আত্মহনন কৰা লোক জন দীপাংকৰ বৰ্মন বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে ।লোক জন আই আই টি গুৱাহাটীৰ " বায়' চাইন্স এণ্ড বায়' ইঞ্জিনিয়াৰিঙ বিভাগৰ কৰ্মচাৰী আছিল। আই আই টি গুৱাহাটীৰ "বি -টাইপ" কোৱাৰ্টাৰৰ আবাসী মৃত বৰ্মনৰ প্ৰকৃত ঘৰ নলবাৰীত।
Read More News
T & CPrivacy PolicyContact Us