This browser does not support the video element.
ধেমাজি: বেতনিপামত চিচিবৰগাওঁৰ মণ্ডলৰ সভানেত্ৰী উপস্থিতিত দলে বলে বিজেপি দলত যোগদান প্ৰায় শতাধিক লোক
Dhemaji, Dhemaji | Aug 31, 2025
বেতনিপামত চিচিবৰগাওঁ মণ্ডল সভানেত্ৰী উপস্থিতিত দলে বলে বিজেপি দলত যোগদান প্ৰায় শতাধিক লোক দেওবাৰে আবেলি চাৰি বজাত বিজেপি বেতনিপাম গাঁও পঞ্চায়ত সমিতিৰ উদ্যোগত চিচিবৰগাওঁ মণ্ডল সমিতি সহযোগত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজি উক্ত কাৰ্যসূচীত বিজেপি ৰাষ্ট্ৰীয় দল টোৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ অঞ্চল টোৰ প্ৰায় শতাধিক লোকে আনুষ্ঠানিক ভাৱে যোগদা