Install App
usr509065
This browser does not support the video element.
পূব ডিব্ৰুগড়: চাবুৱাৰ হাতীআলিৰ চাৰিলেনযুক্ত পথত ভয়ংকৰ দূৰ্ঘটনা, নৈশ বাছৰ সৈতে সংঘৰ্ষ বিলাসী বাহনৰ, শিশু মহিলাসহ চাৰিজন আহত
Dibrugarh East, Dibrugarh | Sep 2, 2025
চাবুৱাৰ হাতীআলিৰ চাৰিলেনযুক্ত পথত ভয়ংকৰ দুৰ্ঘটনা। নৈশ বাছৰ সৈতে সংঘৰ্ষ চুইফ্ট বাহন। তেজুৰ পৰা ইটানগৰ অভিমুখী AR 11 B4557 নৈশ বাছৰ সৈতে AS06 P 6435 চুইফ্ট বাহনৰ সংঘৰ্ষৰ ফলত সংকটজনক চাৰি চুইফ্টৰ আৰোহী। দুগৰাকী শিশু আৰু পিতৃ-মাতৃ আছিল বাহন খনত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!