Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: মাছখোৱা চাৰিআলিত মুখ্যমন্ত্ৰী অসম মালা টুলেণ্ড পথ নিৰ্মাণক লৈ বিবাদ, জিলাৰ প্ৰশাসনৰ জোখ মাখ
Dhemaji, Dhemaji | Aug 26, 2025
মাছখোৱা চাৰি আলিত মুখ্যমন্ত্ৰী অসম মালা টুলেণ্ড পথ নিৰ্মাণক লৈ বিবাদ,মঙ্গল বাৰে ধেমাজি জিলা প্ৰশাসনৰ জোখ মাখ।ৰাইজৰ অভিযোগ অনুসৰি অধিগ্ৰহণ কৰা মাটিত আধা নিৰ্মাণ পথটো পুনৰ নিৰ্মাণ আৰম্ভ হব লাগে৷ মাছখোৱা চাৰি আলি পৰা ঢকুৱাখনা লৈ নিৰ্মাণ কৰা পথটোত মাছখোৱা চাৰি আলি অংশত দুটা পক্ষৰ মাজত বিবাদ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!