Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: শিক্ষা মন্দিৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণী সভাত বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অংশগ্ৰহণ

Biswanath, Biswanath | Aug 23, 2025
বিশ্বনাথ চাৰিআলিৰ হাইদাবাৰী স্থিত ২০১৬ চনতে স্থাপিত হোৱা শিক্ষা মন্দিৰ একাডেমী উচ্ছ মাধ্যমিক বিদ্যালয়ত নৱম বৰ্ষপুৰ্তী নৱাগত আদৰণি সভা উলহ-মালহৰে অনুষ্ঠিত হয়। এই নৱাগত আদৰণি সভাত মুখ্য অতিথি ৰূপত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি আৰু শিক্ষা অনুষ্ঠানৰ অধ্যাপক অধ্যাপিকাৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বিধায়ক গৰাকীয়ে প্ৰথমে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
Read More News
T & CPrivacy PolicyContact Us