Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: মহাবিদ্যালয়ৰ অধ্যাপক অজিত দত্তই ছাত্ৰীক ধৰ্ষনৰ চেষ্টাৰ বিৰুদ্ধে বিশ্বনাথ নগৰত অসম সেনা বিশ্বনাথৰ আহ্বায়কৰ তীব্ৰ গৰিহণা
Biswanath, Biswanath | Sep 3, 2025
ছাত্ৰী এগৰাকী মহাবিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা সময়ত নিজৰ ঘৰলৈকে লিফ্ট দিম বুলি লম্পট অধ্যাপক অজিত দত্তই ছাত্ৰী গৰাকীক নিজৰ গাড়ীত উঠাই প্ৰথমে বিভিন্ন স্হানত স্পৰ্শ কৰে আৰু ধৰ্ষণৰ চেষ্টা চলাই। তাৰ পিচতে লম্পট অধ্যাপক অজিত দত্তৰ বিৰুদ্ধে পৰিয়ালৰ লোকেৱএজাহাৰ দাখিল কৰে। এই জঘন্য কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে বিশ্বনাথ নগৰত সভ্য সমাজে ধিক্কাৰ দিয়া উপৰিও অসম সেনাৰ বিশ্বনাথৰ আহ্বায়ক নিহাৰ শইকীয়াই গৰিহণা দি উচিত শাস্তি প্ৰদানৰ দাবী কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!